Music Note Lettere
Music Note Letterg
Music Note Lettera
Music Note Letterl
Music Note Lettero
Music Note Letterb
Music Note Letteri
Music Note Letterz
  • Remember me

Lrc Priti Bhora_320(AxomWap.com) (1)

Priti Bhora_320(AxomWap.com) (1) LRC Lyrics - Donwload, Copy or Adapt easily to your Music

LRC contents are synchronized by Megalobiz Users via our LRC Generator and controlled by Megalobiz Staff. You may find multiple LRC for the same music and some LRC may not be formatted properly.
62467 - Priti Bhora_320(AxomWap.com) (1) [04:53.56] 9 months ago
by Guest
Copied
Office Copy IconCopy
Edit Time [xx:yy.zz] x 16 Views x 39 Download x 0
LRC TIME [04:53.56] may not match your music. Click Edit Time above and in the LRC Maker & Generator page simply apply an offset (+0.8 sec, -2.4 sec, etc.)
[length:04:53.56]
[re:www.megalobiz.com/lrc/maker]
[ve:v1.2.3]
[00:15.48]প্ৰীতি ভৰা
[00:18.46]কবিতাৰে শিৰোনামা তুমি
[00:24.97]আলখুৱা আদৰৰো পৰিসীমা তুমি
[00:33.47]মধুভৰা আবেশে উতলা কৰে মন
[00:42.97]তুমি হাহিৰে সানিলা
[00:47.26]তাতেনো ৰামধেনুৰ ৰং
[00:51.21]প্ৰীতি ভৰা
[00:53.97]কবিতাৰে শিৰোনামা তুমি
[01:00.48]আলখুৱা আদৰৰো পৰিসীমা তুমি
[01:27.73]তুমি কপাহী কুঁৱলী ফালি
[01:32.73]ৰদালাহি মোৰ মন
[01:37.22]তুমি ৰূপালী জোনালি ৰাতি
[01:41.48]খজালাহি যৌৱন
[01:50.22]তুমি কপাহী কুঁৱলী ফালি
[01:54.98]ৰদালাহি মোৰ মন
[01:58.98]তুমি ৰূপালী জোনালি ৰাতি
[02:03.26]খজালাহি যৌৱন
[02:07.74]অমিয়া সুৰৰ পৰশেৰে
[02:11.97]যুুৰিয়া প্ৰাণৰ সপোনতে
[02:16.22]সানি দিলা সুৰভি
[02:20.74]প্ৰীতি ভৰা
[02:23.50]কবিতাৰে শিৰোনামা তুমি
[02:29.97]আলখুৱা আদৰৰো পৰিসীমা তুমি
[02:55.25]বহু আওঁখি বৰণী কৰি
[03:00.72]খজালাহী জীৱন
[03:05.97]সোঁৱৰণী ৰে ইলিজী মচি
[03:08.74]কৰিলাহী উন্মণ
[03:16.24]বহু আওঁখি বৰণী কৰি
[03:22.72]খজালাহী জীৱন
[03:26.48]সোঁৱৰণী ৰে ইলিজী মচি
[03:30.97]কৰিলাহী উন্মন
[03:34.73]দক্ষিণা দেশৰ বতাহেৰে
[03:39.22]উপমা সুখৰ শৰীৰতে
[03:43.97]সানি দিলা হেঙুলী
[03:47.98]প্ৰীতি ভৰা
[03:51.20]কবিতাৰে শিৰোনামা তুমি
[03:56.98]আলখুৱা আদৰৰো পৰিসীমা তুমি
[04:06.01]মধুভৰা আবেশে উতলা কৰে মন
[04:14.48]তুমি হাহিৰে সানিলা
[04:19.98]তাতেনো ৰামধেনুৰ ৰং
[04:23.24]প্ৰীতি ভৰা
[04:25.98]কবিতাৰে শিৰোনামা তুমি
[00:0.00] KMAL R.